Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Indian GK : Important Current Affairs and General Knowledge | Part- 3

---

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান (জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Indian GK

মধ্যযুগীয় ভাৰত : Part – 1

১) প্ৰশ্ন : কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

২) প্ৰশ্ন : কোনজন চুলতানে অশোকৰ স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল?

উত্তৰ : ফিৰোজ শ্বাহ টোগলক।

৩) প্ৰশ্ন : দাস বংশৰ চুলতানসকলে ভাৰতৰ ক’ত ৰাজধানী স্থাপন কৰিছিল।

উত্তৰ : দিল্লী।

৪) প্ৰশ্ন : খিলিজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি?

উত্তৰ : জালালুদ্দিন খিলিজী।

৫) প্ৰশ্ন : আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্ৰ্মণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ নাম কি আছিল?

উত্তৰ : ইবন বতুতা।

৬) প্ৰশ্ন : টোগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : গিয়াছুদ্দিন টোগলক।

৭) প্ৰশ্ন : গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

৮) প্ৰশ্ন : দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়?

উত্তৰ : বাহল’ল লোডী।

৯) প্ৰশ্ন : আগ্ৰাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লোডীৰ নামেৰে নামকৰণ কৰা হয়।

উত্তৰ : ছিকন্দৰবাদ।

১০) প্ৰশ্ন : ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক’ত স্থাপন কৰিছিল?

উত্তৰ : চুৰাট।

Join Whatsapp Group

১১) প্ৰশ্ন : কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৫২৬ খ্ৰীষ্টাব্দত ইব্ৰাহিম লোডী আৰু বাবৰৰ মাজত।

১২) প্ৰশ্ন : বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰ্ন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি?

উত্তৰ : বাবৰনামা আৰু এইখন তুৰ্কী ভাষাত লিখিছিল।

১৩) প্ৰশ্ন : বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল?

উত্তৰ : বাবৰৰপুত্ৰ হুমায়ুন।

১৪) প্ৰশ্ন : পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰ : ১৫৫৬ খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত।

১৫) প্ৰশ্ন : নিজৰ জীয়েকক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল?

উত্তৰ : অম্বৰৰ ৰজা বিহাৰীমল।

১৬) প্ৰশ্ন : আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখাটোৰ নাম কি?

উত্তৰ : দীন-ই-ইলাহি।

১৭) প্ৰশ্ন : কোনজন পন্দিতে আইন-ই-আকবৰী নামৰ গ্ৰ্ন্থখন লিখিছিল?

উত্তৰ : আবুল ফজল।

১৮) প্ৰশ্ন : জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল?

উত্তৰ : তুজক-ই-জাহাংগীৰি।

১৯) প্ৰশ্ন : সম্ৰাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : ছাহজাহান।

২০) প্ৰশ্ন : কোন খ্ৰীষ্টাব্দত ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰ : ১৬৪৮ খ্ৰীষ্টাব্দত।

Also Read:

Leave a Comment

Home
Search
Admit
Results
Group