Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

National, International and Assam Important Dates And Days 2022

Important Dates And Days of Assam 2022

Important Dates And Days of Assam

Assam Important Days and Dates are listed below. List of important days: Important days in January, important days in February, important days in March, important days in April, important days in May, important days in June, important days in July, important days in August, important days in September, important days in October, important days in November, and important days in December.

Important Days and Dates of Assam

This list is very important for the state competitive exams in Assam. You can also use this list to boost your Assam GK and prepare for your upcoming competitive exams in Assam. Following are some national and international important days and dates, along with some important Assamese dates. Take a look at the complete list of Assam’s important days and dates.

Important Days in January (জানুৱাৰী)

তাৰিখদিৱস
৯ জানুৱাৰীভাৰতীয় প্ৰৱাসী দিৱস (Pravasi Bharatiya Divas)
১২ জানুৱাৰীৰাষ্ট্ৰীয় যুৱ দিৱস (National Youth Day)
১৫ জানুৱাৰীভাৰতীয় সেনা দিৱস (Indian Army Day)
২৪ জানুৱাৰীৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (National Girl Child Day)
২৬ জানুৱাৰীগণতন্ত্ৰ দিৱস (Republic Day)
৩০ জানুৱাৰীশ্বহীদ দিৱস (Martyrs’ Day)

Important Days in February (ফেব্ৰুৱাৰী)

তাৰিখদিৱস
১ ফেব্ৰুৱাৰীবিশ্ব কৰ্কট ৰোগ (World Cancer Day)
২১ ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day)
২৪ ফেব্ৰুৱাৰীকেন্দ্ৰীয় আবকাৰী দিৱস (Central Excise Day)
২৮ ফেব্ৰুৱাৰীৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day)

Important Days in March (মাৰ্চ)

তাৰিখদিৱস
৪ মাৰ্চৰাষ্ট্ৰীয় সুৰক্ষা দিৱস ( National Security Day)
৮ মাৰ্চআন্তৰ্জাতিক মহিলা দিৱস (International Women Day)
১৫ মাৰ্চবিশ্ব উপভোক্তা অধিকাৰ দিৱস (World Consumer Rights Day)
২১ মাৰ্চবিশ্ব বন দিৱস (World Forest Day)
২২ মাৰ্চ বিশ্ব জল সংৰক্ষণ দিৱস (World Water Conservation Day)
২৩ মাৰ্চভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ শ্বহীদ দিৱস, বিশ্ব বতৰ বিজ্ঞান দিৱস
(Martyrs’ Day of Bhagat Singh, Rajguru and Sukhdev, World Meteorological Day)
২৪ মাৰ্চবিশ্ব টি. বি. দিৱস (বিশ্ব যক্ষ্মা দিৱস) (World Tuberculosis Day)
২৭ মাৰ্চ বিশ্ব থিয়েটাৰ দিৱস (World Theatre Day)

Important Days in April (এপ্ৰিল)

তাৰিখদিৱস
৭ এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস (World Health Day)
১৪ এপ্ৰিলআম্বেদকাৰ জয়ন্তী (Ambedkar Jayanti)
১৮ এপ্ৰিলবিশ্ব ঐতিহ্য দিৱস (World Heritage Day)
২২ এপ্ৰিল বিশ্ব পৃথিৱী দিৱস (World Earth Day)
২৩ এপ্ৰিলবিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস (World Book and Copyright Day)

Important Days in May (মে)

তাৰিখদিৱস
১ মে বিশ্ব শ্ৰমিক দিৱস (World Labour Day)
৩ মেবিশ্ব প্ৰেছ স্বাধীনতা দিৱস (World Press Independence Day)
৮ মেবিশ্ব পৰিভ্ৰমী চৰাই দিৱস (World Migratory Bird Day)
৮ মেবিশ্ব ৰেড ক্ৰছ দিৱস (World Red Cross Day)
১১ মে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (National Technology Day)
১২ মেবিশ্ব নাৰ্ছ দিৱস (World Nurses Day)
১৫ মেবিশ্ব পৰিয়াল দিৱস (World Family Day)
১৭ মেবিশ্ব টেলিকম দিৱস (World Telecom Day)
১৮ মেবিশ্ব সংগ্ৰহালয় দিৱস (World Museum Day)
৩১ মেবিশ্ব ধপাত বিৰোধী দিৱস (World Anti-Tobacco Day)

 Important Days in June (জুন)

তাৰিখদিৱস
৫ জুনবিশ্ব পৰিৱেশ দিৱস (World Environment Day)
১৪ জুনবিশ্ব ৰক্তদান দিৱস (World Blood Donation Day)
২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)
২৩ জুনআন্তৰ্জাতিক অলিম্পিক দিৱস (International Olympic Day)
২৯ জুনৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস (National Statistics Day)

Important Days in July (জুলাই)

তাৰিখদিৱস
১ জুলাইভাৰতীয় ষ্টেট বেংকৰ প্ৰতিষ্ঠা দিৱস, চিকিৎসক দিৱস
(State Bank of India Foundation Day, Doctor’s Day)
১১ জুলাইবিশ্ব জনসংখ্যা দিৱস (World Population Day)
২৪ জুলাইআয়কৰ দিৱস (Income Tax Day)
২৬ জুলাইকাৰ্গিল স্মৃতি দিৱস (Kargil Memorial Day)

Important Days in August (আগষ্ট)

তাৰিখদিৱস
১ আগষ্টবিশ্ব স্তন্যপান দিৱস (World Breastfeeding Day)
৯ আগষ্ট বিশ্ব জনজাতীয় দিৱস (World Tribal Day)
১২ আগষ্ট বিশ্ব যুৱ দিৱস (World Youth Day)
১৫ আগষ্টস্বাধীনতা দিৱস (Independence Day)
২৯ আগষ্টৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (মেজৰ ধ্যান চান্দৰ স্মৃতিত) (National Sports Day)

Important Days in September (ছেপ্টেম্বৰ)

তাৰিখদিৱস
৫ ছেপ্টেম্বৰ শিক্ষক দিৱস (ৰাধাকৃষ্ণণৰ জন্মদিনত) (Teachers’ Day)
৮ ছেপ্টেম্বৰবিশ্ব সাক্ষৰতা দিৱস (World Literacy Day)
১৪ ছেপ্টেম্বৰহিন্দী দিৱস (Hindi Diwas)
১৪ ছেপ্টেম্বৰবিশ্ব বন্ধুত্ব আৰু ক্ষমা প্ৰাৰ্থনা দিৱস (World Friendship and Apology Day)
১৬ ছেপ্টেম্বৰঅ’জন স্তৰ সুৰক্ষা দিৱস (Ojan Level Safety Day)
২০ ছেপ্টেম্বৰআৰপিএফ (RPF) ৰ প্ৰতিষ্ঠা দিৱস (Founding Day of RPF)
২১ ছেপ্টেম্বৰ বিশ্ব শান্তি দিৱস (World Peace Day)
২৭ ছেপ্টেম্বৰবিশ্ব পৰ্যটন দিৱস (World Tourism Day)

Important Days in October (অক্টোবৰ)

তাৰিখদিৱস
২ অক্টোবৰগান্ধী জয়ন্তী, লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী, আন্তৰ্জাতিক অহিংসা দিৱস, বিশ্ব প্ৰকৃতি দিৱস
(Gandhi Jayanti, Lal Bahadur Shastri Jayanti, International Day of Non-Violence, World Nature Day)
৪ অক্টোবৰবিশ্ব পশু কল্যাণ দিৱস (World Animal Welfare Day)
৬ অক্টোবৰ বিশ্ব বন্যপ্ৰাণী দিৱস (World Wildlife Day)
৮ অক্টোবৰ বায়ু সেনা দিৱস (Air Force Day)
৯ অক্টোবৰবিশ্ব ডাক দিৱস (World Postal Day)
১৬ অক্টোবৰবিশ্ব এলাৰ্জি সজাগতা দিৱস,  বিশ্ব খাদ্য দিৱস (World Allergy Awareness Day, World Food Day)
২৪ অক্টোবৰৰাষ্ট্ৰসংঘ দিৱস (United Nations Day)
৩০ অক্টোবৰবিশ্ব অৰ্থনীতি দিৱস (World Economy Day)

Important Days in November (নৱেম্বৰ)

তাৰিখদিৱস
৯ নৱেম্বৰবিশ্ব সেনা দিৱস, ৰাষ্ট্ৰীয় আইনী সাক্ষৰতা দিৱস (World Army Day, National Legal Literacy Day)
১৪ নৱেম্বৰ শিশু দিৱস, বিশ্ব ডায়েবেটিচ দিৱস (Children’s Day, World Diabetes Day)
১৭ নৱেম্বৰবিশ্ব শিক্ষাৰ্থী দিৱস, ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস (World Students’ Day, National Journalism Day)
১৮ নৱেম্বৰবিশ্ব প্ৰাপ্তবয়স্ক দিৱস (World Adult Day)
১৯ নৱেম্বৰ বিশ্ব নাগৰিক দিৱস, বিশ্ব শৌচালয় দিৱস (World Citizens Day, World Toilet Day)
২১ নৱেম্বৰ বিশ্ব দূৰদৰ্শন দিৱস (World Television Day)
২৬ নৱেম্বৰবিশ্ব পৰিৱেশ সুৰক্ষা দিৱস, ৰাষ্ট্ৰীয় আইন দিৱস (World Environment Protection Day, National Law Day)

Important Days in December (ডিচেম্বৰ)

তাৰিখদিৱস
১ ডিচেম্বৰবিশ্ব এইডছ দিৱস (World AIDS Day)
২ ডিচেম্বৰৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস, দাসত্ব বিলুপ্তিৰ বাবে আন্তৰ্জাতিক দিৱস
(National Pollution Control Day, International Day for Abolition of Slavery)
৩ ডিচেম্বৰআন্তৰ্জাতিক বিকলাঙ্গতা গণ দিৱস (International Disability People’s Day)
৪ ডিচেম্বৰনৌ সেনা দিৱস, ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস (Navy Day, National Energy Conservation Day)
৫ ডিচেম্বৰআন্তৰ্জাতিক স্বেচ্ছাসেৱক দিৱস, বিশ্ব মাটি দিৱস (International Volunteer Day, World Soil Day)
৬ ডিচেম্বৰঅসামৰিক প্ৰতিৰক্ষা (Civil Defence)
৭ ডিচেম্বৰসশস্ত্ৰ বাহিনীৰ পতাকা দিৱস (Armed Forces Flag Day)
১০ ডিচেম্বৰমানৱ অধিকাৰ দিৱস (Human Rights Day)
১১ ডিচেম্বৰআন্তৰ্জাতিক পৰ্বত দিৱস (International Mountain Day)
১৬ ডিচেম্বৰবিজয় দিৱস (Vijay Diwas)
১৮ ডিচেম্বৰভাৰতত সংখ্যালঘু অধিকাৰ দিৱস (Minority Rights Day in India)
১৮ ডিচেম্বৰআন্তৰ্জাতিক প্ৰব্ৰজনদিৱস (International Migration Day)
১৯ ডিচেম্বৰগোৱাৰ মুক্তি দিৱস (Goa’s Liberation Day)
২০ ডিচেম্বৰআন্তৰ্জাতিক মানৱ সংহতি দিৱস (International Day of Human Solidarity)
২২ ডিচেম্বৰৰাষ্ট্ৰীয় গণিত দিৱস (National Mathematics Day)
২৩ ডিচেম্বৰকিষাণ দিৱস (Kisan Diwas)
২৪ ডিচেম্বৰৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস (National Consumer Rights Day)
২৫ ডিচেম্বৰবৰদিন, সুশাসন দিৱস (ভাৰত) (Christmas Day, Good Governance Day (India))

“অজানিতে কোনো ভূল ভ্ৰান্তি হলে আঙুলিয়াই দিয়ে যেন”

Home
Search
Admit
Results
Group