Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Indian GK : Important Current Affairs and General Knowledge | Part-2

---

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান (জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Indian GK

প্ৰাচীন ভাৰত : Part-2

১) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়।

উত্তৰ : গুপ্তযুগক।

২) প্ৰশ্ন : ইংলেন্দলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক এটি পুৰষ্কাৰ দিছিল। পুৰষ্কাৰটো কি আছিল?

উত্তৰ : তেওঁক ‘ৰাজা’ উপাধি প্ৰ্দান কৰিছিল।

৩) প্ৰশ্ন : পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চিমহা, বিষ্ণু।

৪) প্ৰশ্ন : পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰ্তিষ্ঠা কৰা ঠাইখনৰ নাম কি?

উত্তৰ : ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰ্তিষ্ঠা কৰিছিল।

৫) প্ৰশ্ন : কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৪৮৭।

৬) প্ৰশ্ন : মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?

উত্তৰ : ৰাজা টডৰমল।

৭) প্ৰশ্ন : ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়।

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৫৮।

৮) প্ৰশ্ন : কোন শতিকাত সমুদ্ৰ্গুপ্তই ৰাজত্ব কৰিছিল?

উত্তৰ : চতুৰ্থ শতিকাত

৯) প্ৰশ্ন : কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উত্তৰ : গুপ্ত বংশত।

১০) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

উত্তৰ : চেলিউকছ।

১১) প্ৰশ্ন : গৌতম বুদ্ধই সৰ্বপ্ৰ্থম ধৰ্মোপদেশমূলক বক্তৃতা ক’ত প্ৰদান কৰিছিল।

উত্তৰ : সাৰনাথ।

Join Whatsapp Group

১২) প্ৰশ্ন : সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰ : বানপানী আৰু ধুমুহা।

১৩) প্ৰশ্ন : ‘হিন্দ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ : সিন্ধু (নদী)।

১৪) প্ৰশ্ন : দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?

উত্তৰ : বড়ো, ডগ্ৰি, হিন্দী, কংকনী, মাৰাঠী, নেপালী, সংস্কৃত।

১৫) প্ৰশ্ন : ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?

উত্তৰ : বিন্দুসাৰ।

১৬) প্ৰশ্ন : মহেঞ্জোদাৰো ক’ত অৱস্থিত?

উত্তৰ : সিন্ধু প্ৰ্দেশ (পাকিস্তান)

১৭) প্ৰশ্ন : গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল।

উত্তৰ : হিন্দু ধৰ্ম।

১৮) প্ৰশ্ন : গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : শোন গোষ্ঠীৰ লোকসকলে।

Also Read:

Leave a Comment

Home
Search
Admit
Results
Group