Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Indian GK : Important Current Affairs and General Knowledge | Part-1

---

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান (জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Indian GK

প্ৰাচীন ভাৰত : Part-1

১) প্ৰ্শ্ন : হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা।

২) প্ৰ্শ্ন: আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।

৩) প্ৰশ্ন : আৰ্যসকলে প্ৰ্ৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?

উত্তৰ : ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

৪) প্ৰশ্ন : মগধ সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ : ৰজা বিম্বিসাৰ।

৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২১।

৬) প্ৰশ্ন : আলেকজেন্দাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।

৭) প্ৰশ্ন : শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

৮) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

৯) প্ৰশ্ন : চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ ‘গুৰু’ হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰ্ন্থখনৰ নাম কি?

উত্তৰ : অৰ্থশাস্ত্ৰ।

১০) প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?

উত্তৰ : মেগাস্থেনিছ।

১১) প্ৰশ্ন : অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২৬১।

১২) প্ৰশ্ন : কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?

উত্তৰ : উপগুপ্ত।

১৩) প্ৰশ্ন : গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?

উত্তৰ : পাটলিপুত্ৰ।

Join Whatsapp Group

১৪) প্ৰশ্ন : মৌৰ্য সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্যই।

১৫) প্ৰশ্ন : অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?

উত্তৰ : প্ৰাকৃত।

১৬) প্ৰশ্ন : কোন ৰাজ বংশই শকাব্দৰ প্ৰ্চলন কৰিছিল?

উত্তৰ : কনিষ্ক।

১৭) প্ৰশ্ন : কণিষ্ক কোনটো বংশৰ লোক আছিল?

উত্তৰ : কুষাণ।

১৮) প্ৰশ্ন : সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?

উত্তৰ : সমুদ্ৰগুপ্ত।

১৯) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়।

উত্তৰ : সমুদ্ৰগুপ্ত।

২০) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

উত্তৰ : গুপ্তযুগক।

২১) প্ৰশ্ন : গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উত্তৰ : অজন্তা গুহা চিত্ৰ।

২২) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?

উত্তৰ : মৌৰ্যবংশ।

২৩) প্ৰশ্ন : বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।

২৪) প্ৰশ্ন : চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।

উত্তৰ : হিউয়েন চাং।

২৫) প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?

উত্তৰ : নালন্দা বিশ্ববিদ্যালয়।

Also Read:

Leave a Comment

Home
Search
Admit
Results
Group