Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Indian GK : Important Current Affairs and General Knowledge | Part- 4

---

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান (জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Indian GK

মধ্যযুগীয় ভাৰত : Part – 2

১) প্ৰশ্ন : শিৱাজীক ঔৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল?

উত্তৰ : জয় সিং।

২) প্ৰশ্ন : ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰ্পথ আৱিস্কাৰ কৰিছিল?

উত্তৰ : ১৪৯৮ খ্ৰীষ্টাব্দ।

৩) প্ৰশ্ন : কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল বংশৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হয়?

উত্তৰ : ছাহজাহান।

৪) প্ৰশ্ন : কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিস্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?

উত্তৰ : আবুল ফজল।

৫) প্ৰশ্ন : ভাৰতত কোনে প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল?

উত্তৰ : মহম্মদ বিন টোগলক।

৬) প্ৰশ্ন : ময়ুৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটৰ নাম কি?

উত্তৰ : মহম্মদ ছাহ।

৭) প্ৰশ্ন : বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল?

উত্তৰ : ইব্ৰাহীম লোডী।

৮) প্ৰশ্ন : ভাৰতবৰ্ষত দাস বংশ কোনে প্ৰ্তিষ্ঠা কৰিছিল?

উত্তৰ : কুতুবুদ্দিন আইবাক।

৯) প্ৰশ্ন : মহম্মদ ঘজনীৰ ৰাজসভাত থকা বিখ্যাত পন্দিতজনৰ নাম কি আছিল?

উত্তৰ : আলবেৰুণী।

১০) প্ৰশ্ন : বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন?

উত্তৰ : তুলসী দাস।

Join Whatsapp Group

১১) প্ৰশ্ন : আকবৰে নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল?

উত্তৰ : ফাতেহপুৰ চিক্ৰী।

১২) প্ৰশ্ন : মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজ আলি গ্ৰেন্দ ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল?

উত্তৰ : শ্বেৰ শ্বাহ ছুৰী।

১৩) প্ৰশ্ন : দিল্লীৰ কোনটো ৰাজবংশই ১০২৬ আৰু ১২৯০ খ্ৰীষ্টাব্দৰ মাজত শাসনকাৰ্য চলাইছিল?

উত্তৰ : দাস বংশই।

১৪) প্ৰশ্ন : ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

উত্তৰ : ৰেজিয়া চুলতানা।

১৫) প্ৰশ্ন : কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল।

উত্তৰ : ছাহজাহান।

১৬) প্ৰশ্ন : কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল?

উত্তৰ : আকবৰ।

১৭) প্ৰশ্ন : মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল?

উত্তৰ : বাহাদুৰ শ্বাহ জাফৰ।

১৮) প্ৰশ্ন : কোনজন সম্ৰাটে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?

উত্তৰ : বাবৰ।

১৯) প্ৰশ্ন : ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি?

উত্তৰ : জাহাংগীৰ।

২০) প্ৰশ্ন : কোনখন যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল?

উত্তৰ : পানিপথৰ প্ৰথম যুদ্ধ।

Also Read:

Leave a Comment

Home
Search
Admit
Results
Group