Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Indian GK : Important Current Affairs and General Knowledge | Part- 6

---

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞান (জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Indian GK

আধুনিক ভাৰত : Part- 2

) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পৰ্কে কোনে ঘোষণা কৰিছিল?

উত্তৰ : ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউন্টবেটেনে।

২) প্ৰশ্ন : বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯৪৯ চনৰ জুলাইত।

৩) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?

উত্তৰ : চি ৰাজাগোপালাচাৰী।

৪) প্ৰশ্ন : ইষ্ট ইন্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৬০০ খ্ৰীষ্টাব্দত।

৫) প্ৰশ্ন : ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।

উত্তৰ : লৰ্ড ডেলহাউচি।

৬) প্ৰশ্ন : ভাৰত এচ’ছিয়েচন কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৮৭৬ খ্ৰীষ্টাব্দত।

৭) প্ৰশ্ন : আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৩০ চনত।

৮) প্ৰশ্ন : স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি?

উত্তৰ : স্বামী বিবেকানন্দ।

৯) প্ৰশ্ন : ‘জয়হিন্দ’ আৰু ‘দিল্লী চলো’ শ্লোগান দুটা প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

১০) প্ৰশ্ন : জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল?

উত্তৰ : অমৃতসৰ।

১১) প্ৰশ্ন : কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল?

উত্তৰ : লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত।

১২) প্ৰশ্ন : সীমান্ত গান্ধী বুলি কাক জনা যায়।

উত্তৰ : খান আব্দুল গফৰ খান।

১৩) প্ৰশ্ন : ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি?

উত্তৰ : বিজয়ালক্ষ্মী পন্ডিত।

১৪) প্ৰশ্ন : কোনে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল?

উত্তৰ : পন্ডিত জৱাহাৰলাল নেহেৰু।

১৫) প্ৰশ্ন : ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৫২ চনত।

১৬) প্ৰশ্ন : উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল?

উত্তৰ : লৰ্ড মেক’লে।

১৭) প্ৰশ্ন : আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : স্বামী দয়ানন্দ সৰস্বতী।

১৮) প্ৰশ্ন : ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড মাউন্টবেটেন।

১৯) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?

উত্তৰ : ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

২০) প্ৰশ্ন : কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ক্ৰিপছ মিছ্ন।

Join Whatsapp Group

) প্ৰশ্ন : কোনখন আইনে ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন।

২২) প্ৰশ্ন : মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰী দাণ্ডি যাত্ৰাৰ লগত জড়িত?

উত্তৰ : নিমখ।

২৩) প্ৰশ্ন : মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’ আখ্যা দিছিল?

উত্তৰ : স্বামী বিবেকানন্দ।

২৪) প্ৰশ্ন : বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল?

উত্তৰ : টিপু চুলতান।

) প্ৰশ্ন : তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ।

) প্ৰশ্ন : মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ২ অক্টোবৰ, ১৮৭৯।

) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?

উত্তৰ : মহাত্মা গান্ধী।

) প্ৰশ্ন : ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰ : ১৫ আগষ্ট, ১৯৪৭।

) প্ৰশ্ন : ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : ক্লিমেন্ট এটলী।

৩০) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : অসহযোগ আন্দোলন।

) প্ৰশ্ন : ভাৰতত ‘ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?

উত্তৰ : লৰ্ড ডেলহাউচি।

) প্ৰশ্ন : স্বামী বিবেকানন্দই অংশ গ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰ্সিদ্ধ সভাখন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : চিকাগোত।

৩৩) প্ৰশ্ন : কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : ২৯ ডিচেম্বৰ ১৯২৯

) প্ৰশ্ন : চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰ : ১৯২১ চনত।

Also Read:

Leave a Comment

Home
Search
Admit
Results
Group