Whatsapp Update Join Now
Telegram Alerts Join Now
Latest Updates Click Here

Assam GK Most Exam Related Question Answers

---

Assam GK or Assamese GK is one of the most important topics for many competitive exams. Especially state-based exams like Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labour Department of Assam, PNRD, SSC, IBPS, Railways, UPSC and other central & state government exams.

বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে Assam GK (অসম জি কে) অন্যতম গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ ৰাজ্যভিত্তিক পৰীক্ষা যেনে Assam Direct Recruitment 2022, APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labor Department of Assam, PNRD, SSC, IBPS, Railways, UPSC আৰু অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰীক্ষা।

Assam GK : Part-1

1. প্রাচীন অসম’ক পোন প্রথমে কি নামেৰে জনা গৈছিল?

  •  A) কামৰূপ
  •  B) শোণিতপুৰ
  •  C) তেজপুৰ
  •  D) প্ৰাগজ্যোতিষপুৰ

ANSWER= (D) প্ৰাগজ্যোতিষপুৰ

2. প্রাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়?

  •  A) আহোম বংশ
  •  B) বর্মন বংশ
  •  C) বড়ো বংশ
  •  D) ৰাভা বংশ

ANSWER= (B) বর্মন বংশ

3. প্রাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?

  •  A) বড়োসকল
  •  B) ৰাভাসকল
  •  C) কোচ ৰাজবংশীসকল
  •  D) আহোমসকল

ANSWER= (D) আহোমসকল

4. প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?

  •  A) শিৱসাগৰ
  •  B) শোণিতপুৰ
  •  C) তেজপুৰ
  •  D) যোৰহাট

ANSWER= (A) শিৱসাগৰ

5. প্রাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা-অনিৰুদ্ধৰ কাহিনী বর্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্রচলিত?

  •  A) যোৰহাট
  •  B) শিৱসাগৰ
  •  C) তেজপুৰ
  •  D) গুৱাহাটী

ANSWER= (C) তেজপুৰ

6. আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি?

  •  A) চুকাফা
  •  B) শিৱসিংহ
  •  C) নৰনাৰায়ণ
  •  D) ৰুদ্ৰসিংহ

ANSWER= (A) চুকাফা

7. আহোমসকলে ক’ত প্ৰথম ৰাজধানী পাতিছিল?

  •  A) শিৱসাগৰ
  •  B) শোণিতপুৰ
  •  C) চৰাইদেউ
  •  D) গুৱাহাটী

ANSWER= (C) চৰাইদেউ

8. হেম সৰস্বতীয়ে কি গ্রন্থ ৰচনা কৰিছিল ?

  •  A) প্ৰহ্লাদ চৰিত
  •  B) ৰুক্মিণী হৰণ
  •  C) পাৰিজাত হৰণ
  •  D) ৰামবিজয়

ANSWER= (A) প্ৰহ্লাদ চৰিত

9. কোনজন পণ্ডিতে দুর্লভনাৰায়ণক এজন শ্রেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল ?

  •  A) হেম সৰস্বতী
  •  B) ৰত্ন সৰস্বতী
  •  C) শংকৰদেৱ
  •  D) মাধৱদেৱ

ANSWER= (B) ৰত্ন সৰস্বতী

10. প্রাচীন কামৰূপৰ ৰাজধানী ক’ত আছিল?

  •  A) যোৰহাট
  •  B) শিৱসাগৰ
  •  C) তেজপুৰ
  •  D) উত্তৰ গুৱাহাটী

ANSWER= (D) উত্তৰ গুৱাহাটী

11. কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল?

  •  A) আৰিমত্ত
  •  B) নৰনাৰায়ণ
  •  C) দুর্লভনাৰায়ণ
  •  D) চুকাফা

ANSWER= (A) আমিত্ত ৰজাই।

12. ‘জয়দ্রথ বধ’ কাব্য কাৰ ৰচনা ?

  •  A) কবিত্ব সৰস্বতীৰ
  •  B) হেম সৰস্বতীৰ
  •  C) মাধৱদেৱৰ
  •  D) বিশ্বসিংহৰ

ANSWER= (A) কবিত্ব সৰস্বতীৰ

13. ‘সেন’ বংশৰ প্ৰতিষ্ঠাপক কোন?

  •  A) নৰনাৰায়ণ
  •  B) দুর্লভ নাৰায়ণ
  •  C) নীলধ্বজ
  •  D) চুকাফা

ANSWER= (C) নীলধ্বজ

14. বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়?

  •  A) চুকাফা
  •  B) নীলধ্বজ
  •  C) বিশ্বসিংহ
  •  D) আলাউদ্দিন হুছেইন শ্বাহ

ANSWER= (D) আলাউদ্দিন হুছেইন শ্বাহ

15. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

  •  A) নৰনাৰায়ণ
  •  B) নীলধ্বজ
  •  C) বিশ্বসিংহ
  •  D) চুকাফা

ANSWER= (C) বিশ্বসিংহ.

16. ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল?

  •  A) ১৫১৫-১৫৪০ খ্রীঃ
  •  B) ১৫৪০-১৫৮৭ খ্রীঃ
  •  C) ১৩২০-১৫৯৯ খ্রীঃ
  •  D) ১৬০০-১৬২০ খ্রীঃ

ANSWER= (B) ১৫৪০-১৫৮৭ খ্রীঃ।

17. মহাৰাজ নৰনায়াৰণৰ আচল নাম কি আছিল?

  •  A) মল্লদেৱ
  •  B) দুর্লভ
  •  C) ভট্টদেৱ
  •  D) শুক্লধ্বজ

ANSWER= (A) মল্লদেৱ.

18. কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

  •  A) চক্ৰধ্বজ
  •  B) নৰনাৰায়ণ
  •  C) চিলাৰায়
  •  D) বিশ্বসিংহ

ANSWER= (B) নৰনাৰায়ণ.

19. কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে?

  •  A) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি।
  •  B) কামাখ্যা মন্দিৰৰ বেৰত থকা তামৰ ফলি।
  •  C) কামাখ্যা মন্দিৰৰ বেৰত থকা সোণৰ ফলি।
  •  D) কামাখ্যা মন্দিৰৰ বেৰত থকা ৰূপৰ ফলি।

ANSWER= (A) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। 

20. কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

  •  A) নৰনাৰায়ণ
  •  B) বিশ্বসিংহ
  •  C) ৰঘুদেৱ
  •  D) চক্ৰধ্বজ

ANSWER= (C) ৰঘুদেৱ.

21. পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?

  •  A) নৰনাৰায়ণ
  •  B) ৰঘুদেৱ
  •  C) চুকাফা
  •  D) বিশ্বসিংহ

ANSWER= (B) ৰঘুদেৱ

22. ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ?

  •  A) মাধৱ কন্দলি
  •  B) অনন্ত কন্দলি
  •  C) ৰঘুদেৱ
  •  D) হেম সৰস্বতী

ANSWER= (B) অনন্ত কন্দলি।

23. নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল?

  •  A) ৰালফ্ ফিটছ
  •  B) লৰ্ড ৰিপন
  •  C) ভাইচৰয় লর্ড
  •  D) লর্ড কার্জন

ANSWER= (A) ৰালফ্ ফিটছ।

24. পুৰুষোত্তম বিদ্যাবাগিশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি?

  •  A) ৰামায়ণ
  •  B) মহাভাৰত
  •  C) ৰত্নমালা ব্যাকৰণ
  •  D) প্ৰহ্লাদ চৰিত

ANSWER= (C) ৰত্নমালা ব্যাকৰণ

25. কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?

  •  A) ১৫৮০ খ্ৰীঃ
  •  B) ১৫৮১ খ্রীঃ
  •  C) ১৫৪০ খ্রীঃ
  •  D) ১৫৯০ খ্রীঃ

ANSWER= (B) ১৫৮১ খ্রীঃ

26. কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?

  •  A) মংগোলীয়
  •  B) গাৰো
  •  C) আহোম
  •  D) কছাৰী

ANSWER= (A) মংগোলীয়

27. কছাৰীসকলৰ শেষ ৰজা কোন আছিল?

  •  A) দুৰ্লভনাৰায়ণ
  •  B) বিশ্বসিংহ
  •  C) গোবিন্দ চন্দ্ৰ
  •  D) নৰনাৰায়ণ

ANSWER= (C) গোবিন্দ চন্দ্ৰ

28. কছাৰীসকলৰ প্ৰথম ৰাজধানী ক’ত আছিল?

  •  A) কামৰূপ
  •  B) শোণিতপুৰ
  •  C) ডিমাপুৰ
  •  D) গুৱাহাটী

ANSWER= (C) ডিমাপুৰ

29. বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

  •  A) মাধৱ কন্দলি
  •  B) শংকৰদেৱ
  •  C) মাধৱদেৱ
  •  D) অনন্ত কন্দলি

ANSWER= (A) মাধৱ কন্দলি।

30. চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

  •  A) চন্দ্ৰধ্বজ
  •  B) নৰনাৰায়ণ
  •  C) গোবিন্দ চন্দ্ৰ
  •  D) বিচাৰ পতিকা

ANSWER= (D) বিচাৰ পতিকা

31. যশনাৰায়ণৰ আন এটা নাম কি আছিল?

  •  A) শক্তি
  •  B) নাশ
  •  C) শত্রু দমন
  •  D) ক্রিয়া

ANSWER= (C) শত্রু দমন

32. আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

  •  A) তাম্ৰধ্বজ নাৰায়ণ
  •  B) নৰনাৰায়ণ
  •  C) দুর্লভ
  •  D) চক্ৰধ্বজ

ANSWER= (A) তাম্ৰধ্বজ নাৰায়ণ।

33. কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?

  •  A) ১৫২০ চনত
  •  B) ১৫৭০ চনত
  •  C) ১৫২৩ চনত
  •  D) ১৫৪০ চনত

ANSWER= (C) ১৫২৩ চনত

34. চুতীয়াসকলৰ ৰাজধানী ক’ত আছিল ?

  •  A) ধুবুৰী
  •  B) শোণিতপুৰ
  •  C) তেজপুৰ
  •  D) শদিয়া

ANSWER= (D) শদিয়া

35. কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়?

  •  A) নীতিপাল
  •  B) ধীৰনাৰায়ণ
  •  C) নৰনাৰায়ণ
  •  D) চুকাফা

ANSWER= (A) নীতিপাল

36. অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল?

  •  A) শংকৰদেৱ
  •  B) মাধৱদেৱ
  •  C) অনন্ত কন্দলি
  •  D) মাধৱ কন্দলি

ANSWER= (A) শংকৰদেৱ

37. প্রাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজা এজনৰ নাম লিখা?

  •  A) নৰনাৰায়ণ
  •  B) কুমাৰ ভাস্কৰ বৰ্মা
  •  C) বিশ্বসিংহ
  •  D) চক্ৰধ্বজ সিংহ

ANSWER= (B) কুমাৰ ভাস্কৰ বৰ্মা

38. আহোমসকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰি আছিল?

  •  A) অৰুণাচল প্রদেশ
  •  B) মাওলুং ৰাজ্যত
  •  C) ডিমাপুৰ
  •  D) গাৰো পাহাৰত

ANSWER= (B) মাওলুং ৰাজ্যত।

39. ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল?

  •  A) অনন্ত কন্দলি
  •  B) মাধৱ কন্দলি
  •  C) কবীৰ
  •  D) মাধৱদেৱ

ANSWER= (C) কবীৰ।

40. কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল?

  •  A) চুহুংমুং
  •  B) চুকাফা
  •  C) মিলামুদ্দিন
  •  D) নিজামুদ্দিন

ANSWER= (A) চুহুংমুং

41. শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল ?

  •  A) নৰনাৰায়ণ
  •  B) চুকাফা
  •  C) বিশ্বসিংহ
  •  D) চক্ৰধ্বজ সিংহ

ANSWER= (A) নৰনাৰায়ণ

42. নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?

  •  A) শিৱ
  •  B) কৃষ্ণ
  •  C) গণেশ
  •  D) বিশ্বকর্মা

ANSWER= (B) কৃষ্ণ

43. বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্র কি?

  •  A) কামৰূপ
  •  B) নামঘৰসমূহ
  •  C) দেৱালয়সমূহ
  •  D) সত্ৰসমূহ

ANSWER= (D) সত্ৰসমূহ ।

44. বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?

  •  A) শৰাইঘাট দলং
  •  B) নৰনাৰায়ণ সেতু
  •  C) কলিয়াভোমোৰা দলং
  •  D) বুঢ়ীদিহিং

ANSWER= (C) কলিয়াভোমোৰা দলং

45. কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয় ?

  •  A) ১৮২৩ চনৰ পৰা ১৮২৮ চনলৈকে
  •  B) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে
  •  C) ১৮৪০ চনৰ পৰা ১৮৫৬ চনলৈকে
  •  D) ১৮৫৮ চনৰ পৰা ১৮৬৪ চনলৈকে

ANSWER= (B) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে

46. অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল?

  •  A) ১৮২৫ চনত
  •  B) ১৮২০ চনত
  •  C) ১৮৪০ চনত
  •  D) ১৮২১ চনত

ANSWER= (D) ১৮২১ চনত

47. কিমান চনত ইণ্ডো-বার্মা যুদ্ধ সংঘটিত হৈছিল?

  •  A) ১৮২১–১৮২৫ চনত
  •  B) ১৮২৪–১৮২৬ চনত
  •  C) ১৮৩০–১৮৩৬ চনত
  •  D) ১৮৩২–১৮৩৬ চনত

ANSWER= (B) ১৮২৪–১৮২৬ চনত

48. কিমান চনত লৰ্ড আমহাটে বংগদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল?

  •  A) ১৮৩০ খ্ৰীঃৰ ১২ মাৰ্চত
  •  B) ১৮৩৪ খ্ৰীঃৰ ২ এপ্ৰিলত
  •  C) ১৮২৪ খ্ৰীঃৰ ৫ মাৰ্চত
  •  D) ১৮৩৯ খ্ৰীঃৰ ৪ এপ্ৰিলত

ANSWER= (C) ১৮২৪ খ্ৰীঃৰ ৫ মাৰ্চত

49. মহাবীৰৰ আন এটা নাম কি আছিল?

  •  A) তথাগত
  •  B) জিন
  •  C) বর্ধমান
  •  D) ওপৰৰ এটাও নহয়

ANSWER= (C) বর্ধমান

50. তৃতীয় বৌদ্ধ মেলা ক’ত অনুষ্ঠিত হৈছিল?

  •  A) পাটলিপুত্র
  •  B) বিক্রমশীলা
  •  C) কেভলিন
  •  D) সাক্যমুনি

ANSWER= (A) পাটলিপুত্র।

51. বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল?

  •  A) ল’থাল
  •  B) ধোলাবিৰা
  •  C) কুণ্টাছি
  •  D) কালিবঙ্খান

ANSWER= (C) কুণ্টাছি

52. সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল?

  •  A) আৰ্যসকল
  •  B) চুমেৰিয়সকল
  •  C) অষ্ট্ৰলইডসকল
  •  D) দ্রাবিদিয়ানসকল

ANSWER= (A) আৰ্যসকল

53. বুদ্ধদেৱে প্ৰথমে ক’ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল?

  •  A) গয়া
  •  B) ৰাজগ্ৰীহ
  •  C) পাতলীপুত্র
  •  D) সাৰনাথ

ANSWER= (D) সাৰনাথ

54. কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

  •  A) পুষ্যবর্মন
  •  B) বলবর্মন
  •  C) সমুদ্রবর্মন
  •  D) ভাস্কৰবৰ্মন

ANSWER= (A) পুষ্যবর্মন

55. চীনা পরিব্রাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা আছিল?

  •  A) মহেন্দ্ৰবর্মন
  •  B) ভাস্কৰবৰ্মন
  •  C) স্থিতবর্মন
  •  D) কল্যাণবর্মন

ANSWER= (B) ভাস্কৰবৰ্মন

56. কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হর্ষবর্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল?

  •  A) শশাংক
  •  B) হংসবেগ
  •  C) গ্রহবর্মন
  •  D) দেৱগুপ্ত

ANSWER= (B) হংসবেগ

57. গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?

  •  A) প্ৰাগজ্যোতিষপুৰ
  •  B) কামৰূপ নগৰ
  •  C) কর্ণসুবর্ণ
  •  D) কমতাপুৰ

ANSWER= (B) কামৰূপ নগৰ

58. বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল ?

  •  A) ৰাজ্যমতী
  •  B) ভানুমতী
  •  C) ইন্দুমতী
  •  D) অমৃতপ্রভা

ANSWER= (D) অমৃতপ্রভা

59. হর্ষচৰিতৰ লেখক কোন আছিল ?

  •  A) বাণভট্ট
  •  B) কালিদাস
  •  C) বিশাখাদত্ত
  •  D) কৌটিল্য

ANSWER= (A) বাণভট্ট

60. বিশাখাদত্ত ৰচিত নাটকখন কি?

  •  A) ৰঘুবংশ
  •  B) মেঘদূত
  •  C) মুদ্ৰাৰাক্ষস
  •  D) কুমাৰহৰণ অস

ANSWER= (C) মুদ্ৰাৰাক্ষস

61. ৰাজতৰংগিনীৰ ৰচক কোন?

  •  A) কৌটিল্য
  •  B) কলহন
  •  C) বাণভট্ট
  •  D) চৰক

ANSWER= (B) কলহন

62. বৈদৰ গড় কোনে নির্মাণ কৰিছিল?

  •  A) বল্লভদেৱ
  •  B) পৃথু
  •  C) বৈদ্যদেৱ
  •  D) ত্যিংগদেৱ

ANSWER= (C) বৈদ্যদেৱ

63. বংগৰ শাসন কর্তা মহম্মদ বিন বখতিয়াৰ খিলিজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোনআছিল?

  •  A) পৃথু
  •  B) সন্ধ্যা
  •  C) বৈদ্যদেৱ
  •  D) সমুদ্রবর্মন

ANSWER= (A) পৃথু

64. বর্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল?

  •  A) ৰুদ্ৰসিংহ
  •  B) প্রমত্তসিংহ
  •  C) শিৱসিংহ
  •  D) ৰাজেশ্বৰসিংহ

ANSWER= (B) ৰুদ্ৰসিংহ

65. অসমৰ আটাইতকৈ ওখ দৌল কোনটো ?

  •  A) শিৱদৌল
  •  B) দেৱীদৌল
  •  C) বিষ্ণুদৌল
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (C) শিৱদৌল।

66. আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল?

  •  A) চন্দ্ৰকান্ত সিংহ
  •  B) পুৰন্দৰ সিংহ
  •  C) যোগেশ্বৰ সিংহ
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (A) পুৰন্দৰ সিংহ।

67. মানে প্রথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল ?

  •  A) চুকাফা
  •  B) প্রতাপ সিংহ
  •  C) শিৱ সিংহ
  •  D) চন্দ্ৰকান্ত সিংহ

ANSWER= (D) চন্দ্ৰকান্ত সিংহ

68. ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

  •  A) ১৮২৬
  •  B) ১৮২৮
  •  C) ১৮২০
  •  D) ১৮২৪

ANSWER= (A) ১৮২৬

69. মাইবাং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

  •  A) বুঢ়ীদিহিং
  •  B) দিচাং
  •  C) দেখৌ
  •  D) মাহুৰ

ANSWER= (D) মাহুৰ

71. শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

  •  A) ১৬৭০ চনত
  •  B) ১৬৭১ চনত
  •  C) ১৬৭২ চনত
  •  D) ১৫৭১ চনত

ANSWER= (B) ১৬৭১ চনত

72. অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল?

  •  A) ১৯১৫ চনত
  •  B) ১৯২৫ চনত
  •  C) ১৯২৬ চনত
  •  D) ১৯১৬ চনত

ANSWER= (C) ১৯২৬ চনত

73. পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?

  •  A) তৰুণৰাম ফুকন
  •  B) নবীন চন্দ্ৰ বৰদলৈ
  •  C) অৰবিন্দ ঘোষ
  •  D) শ্রীনিবাস আয়েংগাৰ

ANSWER= (D) শ্রীনিবাস আয়েংগাৰ

74. স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্রথমজন মহিলা কোন আছিল?

  •  A) কনকলতা
  •  B) ভোগেশ্বৰী
  •  C) মুংগ্ৰী
  •  D) পুষ্পলতা দাস

ANSWER= (C) মুংগ্ৰী

75. কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে?

  •  A) ১২২০ চনত
  •  B) ১২২৮ চনত
  •  C) ১২৩২ চনত
  •  D) ১২৪০ চনত

ANSWER= (B) ১২২৮ চনত

76. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?

  •  A) আহোমসকলে
  •  B) মোগলসকলে
  •  C) কোচসকলে
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (A) আহোমসকলে।

77. কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

  •  A) চুহুংমুং
  •  B) চুকাফা
  •  C) প্রমত্ত সিংহ
  •  D) স্বৰ্গদেউ লক্ষ্মীসিংহ

ANSWER= (D) স্বৰ্গদেউ লক্ষ্মীসিংহ

78. আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল ?

  •  A) কোচ ৰজা
  •  B) বৰ্মন বংশৰ ৰজা
  •  C) স্বৰ্গদেউসকল
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (A) কোচ ৰজা।

79. শ্বিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হয়?

  •  A) ১৮৫০ চনত
  •  B) ১৮৫৬ চনত
  •  C) ১৮৭৪ চনত
  •  D) ১৮৭০ চনত

ANSWER= (C) ১৮৭৪ চনত

80. অসমলৈ মানসকলক কোনে আনিছিল?

  •  A) লচিত বৰফুকনে
  •  B) বদন বৰফুকনে
  •  C) গদাধৰ সিংহই
  •  D) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই

ANSWER= (B) বদন বৰফুকনে।

81. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

  •  A) চুকাফা
  •  B) স্বৰ্গদেউ প্রমত্ত সিংহ
  •  C) স্বৰ্গদেউ ৰুদ্ৰসিংহ
  •  D) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ

ANSWER= (B) স্বৰ্গদেউ প্রমত্ত সিংহ

82. নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল?

  •  A) লক্ষ্মীসিংহ
  •  B) স্বৰ্গদেউ প্রতাপ সিংহ
  •  C) মহাৰাজ ৰুদ্ৰসিংহ
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (C) মহাৰাজ ৰুদ্ৰসিংহ।

83. অশ্বক্রান্ত আৰু দীঘ্ৰেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল?

  •  A) স্বৰ্গদেউ শিৱসিংহ
  •  B) চক্ৰধ্বজ সিংহ
  •  C) গদাধৰ সিংহ
  •  D) ৰত্নধ্বজ সিংহ

ANSWER= (A) স্বৰ্গদেউ শিৱসিংহ

84. দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় ?

  •  A) চুকাফা
  •  B) নৰনাৰায়ণ
  •  C) চুলিকফা
  •  D) চুহুংমুং

ANSWER= (D) চুহুংমুং

85. হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?

  •  A) চুলিকফা
  •  B) শিৱসিংহ
  •  C) চুহুংমুং
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (C) চুহুংমুং

86. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল?

  •  A) চুহুংমুং
  •  B) শিৱসিংহ
  •  C) ৰত্নধ্বজ সিংহ
  •  D) ওপৰৰ এটা শুদ্ধ নহয়

ANSWER= (C) ৰত্নধ্বজ সিংহ।

87. কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল ?

  •  A) লাইকোঁৱৰ
  •  B) ৰুদ্ৰ সিংহ
  •  C) ৰাজেশ্বৰ সিংহ
  •  D) গোমধৰ কোঁৱৰ

ANSWER= (D) গোমধৰ কোঁৱৰ

88. অসমীয়া বুৰঞ্জীত ল’ৰাৰজা হিচাপে কাক জনা যায়?

  •  A) চুকাফা
  •  B) চুহুংমুং
  •  C) ৰত্নধ্বজ সিংহ
  •  D) নৰনাৰায়ণ

ANSWER= (C) ৰত্নধ্বজ সিংহ।

89. ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?

  •  A) শিৱসিংহ
  •  B) ৰুদ্ৰ সিংহ
  •  C) ৰাজেশ্বৰ সিংহ
  •  D) গদাধৰ সিংহ

ANSWER= (D) গদাধৰ সিংহ

90. শিৱসাগৰৰ শিৱদ’ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?

  •  A) প্রমত্ত সিংহ
  •  B) লক্ষ্মী সিংহ
  •  C) ৰুদ্ৰ সিংহ
  •  D) শিৱ সিংহ

ANSWER= (D) শিৱ সিংহ

91.  বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

  •  A) নৰনাৰায়ণ
  •  B) শিৱসিংহ
  •  C) ৰুদ্ৰসিংহ
  •  D) কুমাৰ ভাস্কৰ বৰ্মন

ANSWER= (D) কুমাৰ ভাস্কৰ বৰ্মন

92. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

  •  A) ৰুদ্ৰসিংহ
  •  B) চক্ৰধ্বজ সিংহ
  •  C) ৰাজেশ্বৰ সিংহ
  •  D) ৰত্নধ্বজ সিংহ

ANSWER= (B) চক্ৰধ্বজ সিংহ

93. কাৰ দিনত চীনা পরিব্রাজক হিউবেন চাং অসমলৈ আহিছিল?

  •  A) চুকাফা
  •  B) শিৱসিংহ
  •  C) চুহুংমুং
  •  D) কুমাৰ ভাস্কৰ বৰ্মন

ANSWER= (D) কুমাৰ ভাস্কৰ বৰ্মন

94. মুছলমানে কেতিয়া প্রথমে অসম আক্রমণ কৰিছিল ?

  •  A) ১২০২ চনত
  •  B) ১২০৬ চনত
  •  C) ১২১২ চনত
  •  D) ১২০৯ চনত

ANSWER= (B) ১২০৬ চনত

95. কাৰ দিনত মুছলমানসকলে শেষ আক্রমণ কৰিছিল?

  •  A) ৰত্নধ্বজ সিংহ
  •  B) গদাধৰ সিংহ
  •  C) শিৱসিংহ
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (B) গদাধৰ সিংহ

96. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?

  •  A) ১৯৮০ চনৰ ২ অক্টোবৰত
  •  B) ১৯৮৫ চনৰ ১৫ আগষ্টত
  •  C) ১৯৮৩ চনৰ ৩ আগষ্টত
  •  D) ১৯৭০ চনৰ ৫ আগষ্টত

ANSWER= (B) ১৯৮৫ চনৰ ১৫ আগষ্টত

97. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

  •  A) দুশ বছৰ
  •  B) পাঁচশ বছৰ
  •  C) ছশ বছৰ
  •  D) আঠশ বছৰ

ANSWER= (C) ছশ বছৰ।

98. অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্রথমে প্ৰৱৰ্তনকৰিছিল?

  •  A) চুকাফা
  •  B) চুহুংমুং
  •  C) গদাধৰ সিংহ
  •  D) কুমাৰ ভাস্কৰ বৰ্মন

ANSWER= (C) গদাধৰ সিংহ

99. ‘চিলাৰাই’ উপাধি কোনজন কোচ সেনপতিক প্রদান কৰা হৈছিল ?

  •  A) নৰনাৰায়ণ
  •  B) চুকাফা
  •  C) শুক্লধ্বজ
  •  D) ওপৰৰ এটাও শুদ্ধ নহয়

ANSWER= (C) শুক্লধ্বজ।

100. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

  •  A) আহোম আৰু মোগলৰ মাজত
  •  B) কোচ আৰু আহোমসকলৰ মাজত
  •  C) পাল বংশ আৰু চুতীয়া বংশৰ মাজত
  •  D) ওপৰৰ এটাও উত্তৰ শুদ্ধ নহয়

ANSWER= (A) আহোম আৰু মোগলৰ মাজত।

Leave a Comment

Home
Search
Admit
Results
Group