National, International and Assam Important Dates And Days 2022
Important Dates And Days of Assam
Assam Important Days and Dates are listed below. List of important days: Important days in January, important days in February, important days in March, important days in April, important days in May, important days in June, important days in July, important days in August, important days in September, important days in October, important days in November, and important days in December.
Important Days and Dates of Assam
This list is very important for the state competitive exams in Assam. You can also use this list to boost your Assam GK and prepare for your upcoming competitive exams in Assam. Following are some national and international important days and dates, along with some important Assamese dates. Take a look at the complete list of Assam’s important days and dates.
শিক্ষক দিৱস (ৰাধাকৃষ্ণণৰ জন্মদিনত) (Teachers’ Day)
৮ ছেপ্টেম্বৰ
বিশ্ব সাক্ষৰতা দিৱস (World Literacy Day)
১৪ ছেপ্টেম্বৰ
হিন্দী দিৱস (Hindi Diwas)
১৪ ছেপ্টেম্বৰ
বিশ্ব বন্ধুত্ব আৰু ক্ষমা প্ৰাৰ্থনা দিৱস (World Friendship and Apology Day)
১৬ ছেপ্টেম্বৰ
অ’জন স্তৰ সুৰক্ষা দিৱস (Ojan Level Safety Day)
২০ ছেপ্টেম্বৰ
আৰপিএফ (RPF) ৰ প্ৰতিষ্ঠা দিৱস (Founding Day of RPF)
২১ ছেপ্টেম্বৰ
বিশ্ব শান্তি দিৱস (World Peace Day)
২৭ ছেপ্টেম্বৰ
বিশ্ব পৰ্যটন দিৱস (World Tourism Day)
Important Days in October (অক্টোবৰ)
তাৰিখ
দিৱস
২ অক্টোবৰ
গান্ধী জয়ন্তী, লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী, আন্তৰ্জাতিক অহিংসা দিৱস, বিশ্ব প্ৰকৃতি দিৱস (Gandhi Jayanti, Lal Bahadur Shastri Jayanti, International Day of Non-Violence, World Nature Day)
৪ অক্টোবৰ
বিশ্ব পশু কল্যাণ দিৱস (World Animal Welfare Day)
৬ অক্টোবৰ
বিশ্ব বন্যপ্ৰাণী দিৱস (World Wildlife Day)
৮ অক্টোবৰ
বায়ু সেনা দিৱস (Air Force Day)
৯ অক্টোবৰ
বিশ্ব ডাক দিৱস (World Postal Day)
১৬ অক্টোবৰ
বিশ্ব এলাৰ্জি সজাগতা দিৱস, বিশ্ব খাদ্য দিৱস (World Allergy Awareness Day, World Food Day)
২৪ অক্টোবৰ
ৰাষ্ট্ৰসংঘ দিৱস (United Nations Day)
৩০ অক্টোবৰ
বিশ্ব অৰ্থনীতি দিৱস (World Economy Day)
Important Days in November (নৱেম্বৰ)
তাৰিখ
দিৱস
৯ নৱেম্বৰ
বিশ্ব সেনা দিৱস, ৰাষ্ট্ৰীয় আইনী সাক্ষৰতা দিৱস (World Army Day, National Legal Literacy Day)
১৪ নৱেম্বৰ
শিশু দিৱস, বিশ্ব ডায়েবেটিচ দিৱস (Children’s Day, World Diabetes Day)
১৭ নৱেম্বৰ
বিশ্ব শিক্ষাৰ্থী দিৱস, ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস (World Students’ Day, National Journalism Day)
১৮ নৱেম্বৰ
বিশ্ব প্ৰাপ্তবয়স্ক দিৱস (World Adult Day)
১৯ নৱেম্বৰ
বিশ্ব নাগৰিক দিৱস, বিশ্ব শৌচালয় দিৱস (World Citizens Day, World Toilet Day)
২১ নৱেম্বৰ
বিশ্ব দূৰদৰ্শন দিৱস (World Television Day)
২৬ নৱেম্বৰ
বিশ্ব পৰিৱেশ সুৰক্ষা দিৱস, ৰাষ্ট্ৰীয় আইন দিৱস (World Environment Protection Day, National Law Day)
Important Days in December (ডিচেম্বৰ)
তাৰিখ
দিৱস
১ ডিচেম্বৰ
বিশ্ব এইডছ দিৱস (World AIDS Day)
২ ডিচেম্বৰ
ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস, দাসত্ব বিলুপ্তিৰ বাবে আন্তৰ্জাতিক দিৱস (National Pollution Control Day, International Day for Abolition of Slavery)
৩ ডিচেম্বৰ
আন্তৰ্জাতিক বিকলাঙ্গতা গণ দিৱস (International Disability People’s Day)
৪ ডিচেম্বৰ
নৌ সেনা দিৱস, ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস (Navy Day, National Energy Conservation Day)
৫ ডিচেম্বৰ
আন্তৰ্জাতিক স্বেচ্ছাসেৱক দিৱস, বিশ্ব মাটি দিৱস (International Volunteer Day, World Soil Day)
৬ ডিচেম্বৰ
অসামৰিক প্ৰতিৰক্ষা (Civil Defence)
৭ ডিচেম্বৰ
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস (Armed Forces Flag Day)
১০ ডিচেম্বৰ
মানৱ অধিকাৰ দিৱস (Human Rights Day)
১১ ডিচেম্বৰ
আন্তৰ্জাতিক পৰ্বত দিৱস (International Mountain Day)
১৬ ডিচেম্বৰ
বিজয় দিৱস (Vijay Diwas)
১৮ ডিচেম্বৰ
ভাৰতত সংখ্যালঘু অধিকাৰ দিৱস (Minority Rights Day in India)
১৮ ডিচেম্বৰ
আন্তৰ্জাতিক প্ৰব্ৰজনদিৱস (International Migration Day)
১৯ ডিচেম্বৰ
গোৱাৰ মুক্তি দিৱস (Goa’s Liberation Day)
২০ ডিচেম্বৰ
আন্তৰ্জাতিক মানৱ সংহতি দিৱস (International Day of Human Solidarity)
২২ ডিচেম্বৰ
ৰাষ্ট্ৰীয় গণিত দিৱস (National Mathematics Day)
২৩ ডিচেম্বৰ
কিষাণ দিৱস (Kisan Diwas)
২৪ ডিচেম্বৰ
ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস (National Consumer Rights Day)
২৫ ডিচেম্বৰ
বৰদিন, সুশাসন দিৱস (ভাৰত) (Christmas Day, Good Governance Day (India))
☞ “অজানিতে কোনো ভূল ভ্ৰান্তি হলে আঙুলিয়াই দিয়ে যেন”